leatest updatenationalদৈনিক বাতৰিভাৰত

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা বন্ধৰ নিৰ্দেশ

ইতিপূৰ্বে সীমান্তৰে বাধা নোহোৱাকৈ আছিল আহ-যাহ

সামাজিক মাধ্যমত অমৃত শ্বাহৰ এই ঘোষণা

দুদিনৰ পূৰ্বে অমৃত শ্বাহে কৰিছিল গুৰুত্বপূৰ্ণ ঘোষণা

ভাৰত-ম্যানমাৰ সীমান্তৰ ১,৬৪৩ কি.মি.ত হ’ব সীমান্ত দেৱাল

ব্যৱস্থা কৰা হ’ব সীমান্ত প্ৰেট্ৰ’লিঙৰ

মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাৰ বাবে এই সিদ্ধান্ত

অভিযোগ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা কৰি দুষ্কৃতিকাৰীয়ে মণিপুৰত ভিন্ন সময়ত সংঘটিত কৰিছে বিভিন্ন কূটাঘাতমূলক কাৰ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.