Assamleatest updateঅসমদৈনিক বাতৰি

ৰহাৰ চাপৰমুখত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, নিশা ড্ৰাগ্ছসহ আটক ৬ সৰবৰাহকাৰীক

ৰহাৰ চাপৰমুখত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

ৰহাৰ চাপৰমুখত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

নিশা ড্ৰাগ্ছসহ আটক ৬ সৰবৰাহকাৰীক

অভিযানত জব্দ ১৭টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

ডিমাপুৰৰ পৰা ৰে’লযোগে সৰবৰাহ কৰিছিল ড্ৰাগ্ছখিনি

আটকাধীন ৬ ড্ৰাগছ সৰবৰাহকাৰীৰ তাইজু ইছলাম, ইক্ৰামুল হুছেইন, আতাবুৰ ৰহমান, নুৰুল হক, নুৰ ইছলাম আৰু ছাহেদ আলী। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে’লৰে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল আৰু চাপৰমুখ ৰে’ল জংচনত নামি এখন অ’ট’ৰে যাবলৈ লওঁতেই চাপৰমুখ আৰক্ষী চকীৰ আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক হাতে-লোটে ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ঘৰ  বটদ্ৰৱা, মৈৰাবাৰী আৰু মিকিৰভেটাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 17 =

Back to top button