leatest updatenationalদৈনিক বাতৰিভাৰত

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা

ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা বন্ধৰ নিৰ্দেশ

ইতিপূৰ্বে সীমান্তৰে বাধা নোহোৱাকৈ আছিল আহ-যাহ

সামাজিক মাধ্যমত অমৃত শ্বাহৰ এই ঘোষণা

দুদিনৰ পূৰ্বে অমৃত শ্বাহে কৰিছিল গুৰুত্বপূৰ্ণ ঘোষণা

ভাৰত-ম্যানমাৰ সীমান্তৰ ১,৬৪৩ কি.মি.ত হ’ব সীমান্ত দেৱাল

ব্যৱস্থা কৰা হ’ব সীমান্ত প্ৰেট্ৰ’লিঙৰ

মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাৰ বাবে এই সিদ্ধান্ত

অভিযোগ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা কৰি দুষ্কৃতিকাৰীয়ে মণিপুৰত ভিন্ন সময়ত সংঘটিত কৰিছে বিভিন্ন কূটাঘাতমূলক কাৰ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button