leatest updateঅসমঅসম আৰক্ষীদৈনিক বাতৰি

CBIয়ে তদন্ত কৰিব SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য।

নিশাই গুৱাহাটীত উপস্থিত CBIৰ দল।

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে CIDৰ কাৰ্যালয়ত উপস্থিত দিল্লীৰ CBIৰ দল। নিশাই গুৱাহাটীত উপস্থিত হৈছিল CBIৰ প্ৰথমটো দল। CBIৰ দ্বিতীয়টো দলো উপস্থিত হয় গুৱাহাটীত। দ্বিতীয়টো দলত আছে পাঁচজনকৈ শীৰ্ষ বিষয়া। জোনমণিৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে দিয়া হৈছে দায়িত্ব।

SI জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ তদন্ত কৰিব CBIৰ দলটোৱে। CBIএ নতুনকৈ ৰুজু কৰিব গোচৰ। বিগত সোমবাৰে DGP জি পি সিঙে আনুষ্ঠানিকভাৱে নতুন দিল্লীত CBIৰ শীৰ্ষ বিষয়াৰে আলোচনাৰ পিছত আৰম্ভ হৈছে CBIৰ এই প্ৰক্ৰিয়া। IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত CBIএ চলাব তদন্ত অভিযান। আজি দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শনেৰে তদন্ত প্ৰক্ৰিয়া কৰিব আৰম্ভ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + four =

Back to top button