অৰ্থনৈতিকঅসম

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য..

৭ দিনত ৬ বাৰকৈ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাই আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। তাৰ লগে লগে ৭ দিনত ৬ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম।

আজি পেট্ৰ’লৰ দাম ৩৩ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৩৭ পইচা বৃদ্ধি পায়।

গুৱাহাটীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৫.১৬ টকা।

উল্ল্খ্য যে, ৰাজ্যৰ কিছু কিছু ঠাইত পেট্ৰ’লৰ দামে ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.