অসমদৈনিক বাতৰি

‘মই তাইক ইয়াৰ পৰাই পানীত পেলাই দিলো’-হত্যাকাৰী বাবুল টুমুঙৰ শিহৰণকাৰী বৰ্ণনা

'মই তাইক ইয়াৰ পৰাই পানীত পেলাই দিলো'-হত্যাকাৰী বাবুল টুমুঙৰ শিহৰণকাৰী বৰ্ণনা

সোণাপুৰৰ এলেঙাৰ কিশোৰীৰ ধৰ্ষণ-হত্যাকাণ্ড

হত্যাকাৰী বাবুল টুমুঙক লৈ CRIME SCENE প্ৰস্তুত আৰক্ষীৰ

ঘটনা সংঘটিত হোৱা স্থানৰ ভিডিঅ’ প্ৰস্তুত আৰক্ষীৰ

বাবুলে দেখুৱাই দিয়া স্থানৰ পৰা উদ্ধাৰ কিশোৰীগৰাকীৰ সামগ্ৰী

উদ্ধাৰ কিশোৰীগৰাকীৰ ম’বাইল আৰু বেগ

২৮ জুনত ধৰ্ষণ কৰি হত্যা কৰিছিল কিশোৰীগৰাকীক

হত্যা কৰি ডিগাৰু নৈত পেলাই দিছিল মৃতদেহ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.