অসমগুৱাহাটীদৈনিক বাতৰি
গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ
গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ
![গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড! মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ](https://prathamkhabartv.com/wp-content/uploads/2023/07/WhatsApp-Image-2023-07-04-at-3.05.11-PM-1-768x470.jpeg)
গুৱাহাটীত পুনৰ জঘন্য ধৰ্ষণকাণ্ড
মূকবধিৰ বৃদ্ধা মাতৃ-কন্যাক দলবদ্ধ ধৰ্ষণ
ধৰ্ষণতে ক্ষান্ত নাথাকি চলালে তালিবানী শাস্তি
সাতগাঁৱৰ তালতলাত এই জঘন্য ঘটনা
৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ আৰক্ষীৰ
গ্ৰেপ্তাৰ অমিত প্রধান, বিমল ছেত্রী, ছায়া প্ৰধান, সন্ধিয়া সোণাৰ
পলাতক আন ৪ লম্পটক বিচাৰি আৰক্ষীৰ অভিযান
১৭ মে’ৰ নিশা সংঘটিত হৈছিল পাশৱিক ঘটনা