অসম

দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোটি টকাৰ গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে…

জে চি বি ইণ্ডাষ্ট্ৰিৰ ১৪৮৫টা PPEকীট CSRৰ মতে দান কৰা হৈছিল অসম চৰকাৰক

দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা AAPৰ নেতা মনীষ ছিসোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ। PPE কীট কেলেংকাৰীক লৈ মনীষ চিছদিয়াই দিল্লীত অনুষ্ঠিত কৰিছিল সংবাদমেল।

 

ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত তৰিছিল গোচৰ। অধিবক্তাৰ মন্তব্য অনুসৰি, জে চি বি ইণ্ডাষ্ট্ৰিৰ ১৪৮৫টা PPEকীট CSRৰ মতে দান কৰা হৈছিল অসম চৰকাৰক। আনহাতে, জে চি বি ইণ্ডাষ্ট্ৰিয়ে কোনো বিল দাখিল কৰা নাই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.