অসমদৈনিক বাতৰিশিক্ষা

শিক্ষকৰ বদলিৰ ক্ষেত্ৰত হ্ৰাস নহয় ১০ বছৰৰ সময়সীমা। স্ব-ইচ্ছাই বদলি হোৱা শিক্ষকে নাপাব বিদ্যালয় প্ৰধান হোৱাৰ সুযোগ।

স্ব-ইচ্ছাই বদলি হোৱা শিক্ষকে নাপাব বিদ্যালয় প্ৰধান হোৱাৰ সুযোগ।

শিক্ষকৰ বদলিৰ ক্ষেত্ৰত হ্ৰাস নহয় ১০ বছৰৰ সময়সীমা। স্ব-ইচ্ছাই বদলি হোৱা শিক্ষকে নাপাব বিদ্যালয় প্ৰধান হোৱাৰ সুযোগ। শিক্ষক বদলিকৰণ সন্দৰ্ভত সদনত এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। স্বইচ্ছাই বদলি বিচাৰিলে গণ্য নহ’ব শিক্ষকৰ জ্যেষ্ঠতা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.