অসমগুৱাহাটীভাৰতৰাজনৈতিক

চুৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

মানহানিৰ গোচৰত ২ বছৰৰ কাৰাবাসৰে দণ্ডিত কৰিছিল ৰাহুল গান্ধীক। চুৰাট আদালতৰ ৰায়দানৰ বিৰুদ্ধে চেছন আদালতৰ দ্বাৰস্থ গান্ধী।

চুৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ।

মানহানিৰ গোচৰত ২ বছৰৰ কাৰাবাসৰে দণ্ডিত কৰিছিল ৰাহুল গান্ধীক।

চুৰাট আদালতৰ ৰায়দানৰ বিৰুদ্ধে চেছন আদালতৰ দ্বাৰস্থ গান্ধী।

চুৰাট আদালতৰ ৰায়দানৰ ১২ দিন পাছত ৰাহুল গান্ধীৰ এই পদক্ষেপ।

প্ৰত্যাহ্বানৰ আবেদনৰ বাবে চুৰাটত ভগ্নী প্ৰিয়ংকাৰ সৈতে ৰাহুল গান্ধী।

চেছন আদালতত কাৰাদণ্ডৰ ৰায়দান খাৰিজৰ আবেদন।

একেখন আদালততে নিয়মীয়া জামিন আবেদনো দাখিল।

১৩ এপ্ৰিলত হ’ব জামিন আবেদনৰ শুনানি।

৩ মে’ত হ’ব কাৰাদণ্ড ৰায়দান খাৰিজৰ শুনানি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.