অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিন দুপৰতে গুৱাহাটী মহানগৰীত গুলীচালনা

দিন দুপৰতে গুৱাহাটী মহানগৰীত গুলীচালনা। বিৰুবাৰী বজাৰত শূন্যলৈ গুলীচালনা এজন লোকৰ।

দিন দুপৰতে গুৱাহাটী মহানগৰীত গুলীচালনা।

বিৰুবাৰী বজাৰত শূন্যলৈ গুলীচালনা এজন লোকৰ।

ঘটনা সন্দৰ্ভত যুৱতীসহ ৪জনক আটক আৰক্ষীৰ।

ঘটনাস্থলীত উপস্থিত মহানগৰ CP দিগন্ত বৰা।

বিৰুবাৰী আৰক্ষী চকীত জেৰা শীৰ্ষ আৰক্ষীৰ।

গুলীচালনা বিনয় কলিতা নামৰ এজন সাংবাদিকৰ।

গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহৰ বাবে গৈছিল কলিতা।

বিনয় কলিতাক অপহৰণ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।

নিজৰ প্ৰাণ বচাবলৈ গুলীচালনা কৰা বুলি স্বীকাৰোক্তি কলিতাৰ।

.32 পিষ্টলেৰে শূন্যলৈ গুলীচালনা বিনয় কলিতাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.