AssamInternationalleatest updatepoliticalSocial

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি।

মণিপুৰ ভ্ৰমণ কৰিব ন্যায়াধীশৰ তিনিজনীয়া কমিটীয়ে

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

৭ আগষ্টৰ শুনানিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ছুপ্ৰিম ক’ৰ্টৰ

উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশক লৈ কমিটী গঠন

মণিপুৰ ভ্ৰমণ কৰিব ন্যায়াধীশৰ তিনিজনীয়া কমিটীয়ে

সাহায্য শিবিৰ আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰিব কমিটীয়ে

আইন ব্যৱস্থাৰ প্ৰতি বিশ্বাস ঘূৰাই অনাৰ বাবেও চলাব প্ৰয়াস

শুনানিৰ সময়ত মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধানো আছিল হাজিৰ

সৰ্বোচ্চ ন্যায়ালয়ে মণিপুৰৰ DGPক হাজিৰ হোৱাৰ বাবে দিছিল নিৰ্দেশ

মণিপুৰত আৰক্ষী প্ৰশাসনে লোৱা ব্যৱস্থাৰ তথ্য দাখিল DGPৰ

মণিপুৰ ভ্ৰমণ কৰিবলগীয়া ৩জনীয়া কমিটীত দুজনকৈ অৱসৰী ন্যায়াধীশ

জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টলৰ নেতৃত্বত কমিটী

অৱসৰী ন্যায়াধীশ শালিনী পি যোশী, ন্যায়াধীশ আশা মেনন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.