অপৰাধঅসম

আমলেট খাব নোপোৱাৰ বাবে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ স্বামীৰ

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পত্নীক

সুস্বাদু আমলেট এখন সকলোৰে প্ৰিয়। কিন্তু আমলেটক কেন্দ্ৰ কৰি ধুবুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এখন আমলেট খাব নোপোৱাৰ বাবে পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে স্বামীয়ে।

আমলেট বনাই নিদিয়াৰ বাবে তোতা মিক্ৰা নামৰ ধুবুৰীৰ এজন ব্যক্তিয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে পত্নীক। স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পত্নী। ঘটনাৰ পাছত মিক্ৰাই নিজে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত।

সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পত্নী ধীন ছকিনা বিবিক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.