leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন।

মুঠ ১০ টা পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন। মুঠ ১০ টা পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫বজালৈ হ’ব ভোটগ্ৰহণ। নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী কমিটীৰ সংবাদমেল। প্ৰতিগৰাকী ভোটাৰক ভোটদান কৰিবলৈ আহ্বান।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ২৫ গৰাকী প্ৰাৰ্থীয়ে। প্ৰতিগৰাকী ভোটাৰে নিজৰ কাৰ্য্যালয়ৰ পৰিচয় পত্ৰ বা জনসংযোগ বিভাগৰ পৰিচয় পত্ৰ লগত আনিব লাগিব। প্ৰথমে নিৰ্বাচন কমিটিৰ সদস্যই ভোটদান কৰিব । তাৰ পিছত ২৫ গৰাকী প্ৰাৰ্থী আৰু তেওঁলোকৰ পুলিং এজেন্টে ভোটদান কৰিব। ফলাফলৰ দিনা প্ৰাৰ্থীৰ সমৰ্থক প্ৰেছ ক্লাবৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.