অৰ্থনৈতিকঅসমখাদ্যভাৰত

এইটো কাৰণতেই পুনৰ বৃদ্ধি পাব আমূল গাখীৰৰ মূল্য!

শক্তি, লজিষ্টিক আৰু পেকেজিঙৰ ব্যয় বৃদ্ধি হোৱা বাবে আমূল গাখীৰৰ মূল্য বৃদ্ধি হ'ব পাৰে

পুনৰ বৃদ্ধি হ’ব আমূল গাখীৰৰ মূল্য!

আমুল ক’ম্পেনিৰ বিষয়াই মঙলবাৰে শক্তি, লজিষ্টিক আৰু পেকেজিঙৰ ব্যয় বৃদ্ধি হোৱা বাবে আমূল গাখীৰৰ মূল্য বৃদ্ধি হ’ব পাৰে বুলি জনাইছে। অৱশ্যে, দাম কিমান বাঠিব সেইয়া এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই।

আমুলৰ এমডি আৰ এছ ছোধীয়ে সংবাদ মাধ্যমত কয় যে, বিদ্যুতৰ মূল্য তৃতীয়াংশতকৈও অধিক বৃদ্ধি পাইছে। যাৰ ফলত সমবায়টোৱে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.