Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বশিষ্ঠত STFৰ অভিযানত জব্দ ৪ হাজাৰ কেজি মাৰিজুৱানা, জব্দকৃত মাৰিজুৱানাখিনিৰ বজাৰমূল্য প্ৰায় ১০ কোটি…..

ড্ৰাগ্ছ সৰবৰাহকাৰীৰ ৰম্যপুৰীত পৰিণত গুৱাহাটী

বশিষ্ঠত জব্দ ৪ হাজাৰ কেজি মাৰিজুৱানা

STFৰ অভিযানত জব্দ মাৰিজুৱানাখিনি

জব্দকৃত মাৰিজুৱানাখিনিৰ বজাৰমূল্য প্ৰায় ১০ কোটি

ৰাজু শৰ্মা, বিশ্বজিৎ দাস নামৰ দুজনক গ্ৰেপ্তাৰ

ৰবৰভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই আনিছিল মাৰিজুৱানা

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.