অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

স্বাধীনতা দিৱসৰ দিনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদত বহিল শিলসাকোঁৰ উচ্ছেদিত ৰাইজ

স্বাধীনতা দিৱসৰ দিনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদত বহিল শিলসাকোঁৰ উচ্ছেদিত ৰাইজ। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী বৰ্জন কৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে। আমাৰ সপোনৰ ঘৰখন বিজেপি চৰকাৰে ভাঙি দিলে, আমি ক’ত ত্ৰিৰংগা উৰুৱাব লাগে হিমন্তই দেখুৱাই দিব লাগে বুলি মন্তব্য উচ্চেদিতৰ। বাসস্থানৰ অধিকাৰ ঘূৰাই দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। উল্লেখ্য যে, শিলসাঁকো বিলৰ পাৰৰ উচ্ছেদিত লোক সকলে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু উচ্ছেদিত পৰিয়ালক পুনঃ সংস্থাপন দিয়াৰ দাবীত দীৰ্ঘদিন ধৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। মাটি ভেটি আৰু বস্ত্ৰ পোৱাৰ পিছত হে স্বাধীনতা পাব বুলি মন্তব্য শিলসাকোবাসীৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.