অসমদৈনিক বাতৰি

মুখ খুলিছে ইন্দ্ৰানী কাণ্ডৰ অন্যতম অভিযুক্ত অনুৰাগে, আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাৰ বিস্ফোৰক স্বীকাৰোক্তি….

মুখ খুলিছে ইন্দ্ৰানী কাণ্ডৰ অন্যতম অভিযুক্ত অনুৰাগে, আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাৰ বিস্ফোৰক স্বীকাৰোক্তি....

মুখ খুলিছে ইন্দ্ৰানী কাণ্ডৰ অন্যতম অভিযুক্ত অনুৰাগে

আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাৰ বিস্ফোৰক স্বীকাৰোক্তি

ইন্দ্ৰানীৰ সৈতে অবৈধ সম্পৰ্কৰ কথা স্বীকাৰ অনুৰাগৰ

অভিমন্যু দাসক লৈও অনুৰাগৰ বিস্ফোৰক মন্তব্য

নংপুৰ হোটেলৰ বন্ধ কোঠাত নিৰ্যাতন চলাইছিল ইন্দ্ৰানীক

ইন্দ্ৰানীক অভিমন্যুই ব্লেকমেইলিং কৰাৰো অভিযোগ

লোকসভা নিৰ্বাচনত সাংসদ পদৰ দাবীদাৰৰ বাবে হেঁচা প্ৰয়োগ

বৰপেটা সমষ্টিৰ পৰা সাংসদ পদ বিচৰাৰ অভিযোগ

বহিষ্কৃত নেতা দ্বীবন ডেকাৰেও সু-সম্পৰ্ক আছিল অভিমন্যুৰ

অনুৰাগ-ইন্দ্ৰানীৰ ফটো ভাইৰেলৰ দিছিল ভাবুকি

দুয়োকে গুলীয়াই মৰাৰো ভাবুকি দিছিল অভিমন্যুৱে

ব্লেকমেইলিঙেৰে অনুৰাগক কেইবালাখ দাবী কৰিছিল দাসে

ধন নাপালে ছিণ্ডিকেট বন্ধ কৰাৰো দিছিল হুংকাৰ

প্ৰাণৰ মমতাত উজনিত আত্মগোপন কৰা বুলি মন্তব্য অনুৰাগৰ

ADCP নন্দিনী কাকতি, আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ জেৰা

জেৰাত স্বীকাৰোক্তিৰ অডিঅ’, ভিডিঅ’ জবানবন্দী প্ৰদান অনুৰাগৰ

ঘটনাত নাম সাঙোৰ খাইছে অসীম চক্ৰৱৰ্তীৰো

বহু মুধাফুটা ব্যক্তি শীঘ্ৰে আহিব পাৰে তদন্তৰ আওতাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.