AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

গোলকগঞ্জৰ তামাৰহাটত বিজেপিৰ যোগদান কাৰ্যসূচী, BPF এৰি বিজেপিলৈ প্ৰায় পাঁচ শতাধিক……

গোলকগঞ্জৰ তামাৰহাটত বিজেপিৰ যোগদান কাৰ্যসূচী

BPF এৰি বিজেপিলৈ প্ৰায় পাঁচ শতাধিক

বিজেপিৰ প্ৰতি আকৃষ্ট হৈ পিন্ধিলে গেৰুৱাবসন

তামাৰহাটৰ হাতীধুৰাত যোগদান অনুষ্ঠান

যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায়

২ নম্বৰ ধুবুৰী লোক সভা সমষ্টিৰ হাতীধুৰাত অনুষ্ঠিত বিজেপি দলৰ কৰ্মী সভাত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি ধুবুৰী জিলাৰ অন্যান্য নেতা কৰ্মী উপস্থিত থাকে। উক্ত যোগদান কাৰ্যসূচীত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ককথনা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.