AssamCity newsCMO AssamCultureElectionEntertainmentFilmInternationalnationalnorth eastPMo indiapoliticalSocialSocial Networkআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়

ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই

কিমান উচ্চতা জ্যোতি আমগেইৰ ?

আজিৰে পৰা দেশত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেইভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই

প্ৰথম পৰ্যায়ত ২১খন ৰাজ্যৰ ১০২খন আসনত চলিছে ভোটগ্ৰহণ পৰ্ব । আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ নাগপুৰত ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ  মহিলা জ্যোতি আমগেই। বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাপে গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছিল জ্যোতি ।

ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই

মাত্ৰ ২ ফুট ৬৩ ছেণ্টিমিটাৰ উচ্চতা জ্যোতিৰ নাগপুৰত ঘৰ। জ্যোতি এংকোড্ৰোপ্লাছিয়া ৰোগত আক্ৰান্ত হৈ আছে ।

ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই ভোট দিলে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা জ্যোতি আমগেই

বৰ্তমান জ্যোতি মডেলিং আৰু অভিনয়ৰ সৈতে জড়িত হৈ নিজৰ ঠাইলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 10 =

Back to top button