অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

অসম মেঘালয় সীমান্তত উদ্ধাৰ ১,৮০০ বস্তা অবৈধ বাৰ্মিজ চুপাৰি

অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ

কাছাৰৰ দিগৰখাল, কালাইনত আৰক্ষীৰ অভিযান

জব্দ ৫খন বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক

উদ্ধাৰ ১,৮০০ বস্তা অবৈধ বাৰ্মিজ চুপাৰি

অভিযানত গ্ৰেপ্তাৰ ৯ বাৰ্মিজ চুপাৰি সৰবৰাহকাৰী

অসম মেঘালয় সীমান্তৰ কাছাৰৰ দিগৰখালত আৰু কালাইন অঞ্চলত আৰক্ষীৰ হাতত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ৫ খনকৈ খন ট্ৰাক ৷ উদ্ধাৰ প্ৰায় ৪ কৌটি টকা মূল্যৰ ১৮০০ বস্তা অবৈধ বাৰ্মিজ চুপাৰি ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা নিশা কাছাৰৰ দিগৰখালত আৰু কালাইন আৰক্ষীয়ে একেলগে জব্দ কৰে ৫ খন চুপাৰি ভৰ্তি ট্ৰাক। মিজোৰামৰ পৰা অহা ট্ৰাক কেইখনত তলাচি অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ১৮০০ বস্তা বাৰ্মিজ চুপাৰি ৷ গ্ৰেপ্তাৰ হোবা আটাইকেইজন ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডিমেন বুলি জানিব পৰা গৈছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.