অসমজন্তুদৈনিক বাতৰিবন্যপ্ৰাণী

মহানগৰীৰ সমীপৱৰ্তী ৰাণীত এক শোকাবহ ঘটনা…

ৰাণী চাহ বাগিচাৰ চৌহদত এমহীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু

মহানগৰীৰ সমীপৱৰ্তী ৰাণীত শোকাবহ ঘটনা। ৰাণী চাহ বাগিচাৰ চৌহদত এমহীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু।
চাহ বাগিচাৰ দ খাৱৈত পৰি মৃত্যু হয় এমহীয়া মাইকী হাতী পোৱালিটোৰ। চাহ শ্ৰমকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে হাতী পোৱালিটো।

উল্লেখ্য যে, প্ৰায়েই বন্যহস্তীৰ জাকৰ সৈতে সৰু সৰু হাতী পোৱালি খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চলৈ ওলাই আহে। কিছুদিনৰ পুৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল কিন্তু স্থানীয় লোকৰ ততপৰতাত উদ্ধাৰ কৰা হয় হাতী পোৱালিটোক
ঘটনাস্থলীত উপস্থিত ৰাণী বন বিভাগৰ লোক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.