অসমচাকৰি

অসম আৰক্ষীৰ খালী হৈ থকা ১৫ হাজাৰ পদত দিয়া হ’ব নিযুক্তি

কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলযোগে ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জনতা ভৱনত মন্ত্রী পীয়ুষ হাজৰিকাৰ কেবিনেট সম্পৰ্কীয় সংবাদমেল । আজি কেবিনেট মন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
অসমৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ কথা ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। অসম আৰক্ষীক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হ’ব পুলিচ কমিছন।
আনহাতে তেওঁ ঘোষণা কৰে অসম আৰক্ষীৰ খালী হৈ থকা ১৫ হাজাৰ পদত নিযুক্তি দিয়াৰ কথা। শীঘ্ৰেই গঠন কৰা হ’ব ৫ টা নতুন পুলিচ বেটেলিয়ন। ৬,২৭০জন যুৱক-যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীৰ নিযুক্তিকৰণ প্ৰক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.