অপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

৬০৫ গ্ৰাম হেৰ’ইন জব্দ অসম-মিজোৰাম সীমান্তত

সীমান্ত সুৰক্ষাৰ বাহিনীৰ চোৰাংচোৱা বিভাগৰ অভিযানত চাৰি কোটি টকাৰ হেৰ’ইন জব্দ

অসম-মিজোৰাম সীমান্তত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন।
সীমান্ত সুৰক্ষাৰ বাহিনীৰ চোৰাংচোৱা বিভাগৰ অভিযানত চাৰি কোটি টকাৰ হেৰ’ইন জব্দ। অসম মিজোৰাম সীমান্তবৰ্তী নিভিয়া এলেকাত এখন এল্ট গাড়ীৰ পৰা ৪৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে হেৰ’ইনখিনি।

১২/১৩গ্ৰামকৈ মুঠ ৬০৫ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে হেৰ’ইনখিনি কঢ়িয়াই অনা এল্টসহ তিনি সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি টকা। লগতে আটক মিজোৰামৰ চম্পাই জিলাৰ লালথাঙ্গা, জৰাম্মাই আৰু জামিল আহমেদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.