Covid-19অসম

ক’ভিড নিঃশেষ হ’ল অসমত! স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা…

বৃহস্পতিবাৰৰ দিনটোত পূৰ্বে ক'ভিডত আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯%।

অসমত শেষ হ’ল ক’ভিড। অসমত নাই ক’ভিডৰ এটাও নতুন ঘটনা। বৃহস্পতিবাৰৰ দিনটোত অসমত কৰা ১,৭১৩টা পৰীক্ষাৰ ভিতৰত এজনৰো দেহত ধৰা পৰা নাই ক’ভিড-১৯ৰ উপস্থিতি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটযোগে ঘোষণা কৰে এই কথা-

https://twitter.com/keshab_mahanta/status/1501943632483741698

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত পূৰ্বে ক’ভিডত আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯%।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 13 =

Back to top button