AssamElectionleatest updatenationalnorth eastpoliticalঅসমআঞ্চলিকদৈনিক বাতৰিধৰ্মীয়ভাৰত

বিগত ৬০ বছৰে কংগ্ৰেছে মুচলমানসকলৰ ওপৰত অন্যায় কৰি আহিছেঃ বদৰুদ্দিন আজমল

কংগ্ৰেছে ন্যায় যাত্ৰা কৰাৰ পূৰ্বে নেলী, BTC ৰ লোকসকলক ন্যায় দিব লাগিছিল।

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হল “ভাৰত যোৰো ন্যায় যাত্ৰা”। ন্যায় যাত্ৰাৰ সন্দৰ্ভত আজমলে এখন সংবাদ মেলত কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ এই যাত্ৰা তীব্ৰ সমালোচনা কৰে।

ছে ন্যায় যাত্ৰা কৰাৰ পূৰ্বে নেকংগ্ৰেলী, BTC ৰ লোকসকলক ন্যায় দিব লাগিছিল। বিগত ৬০ বছৰে মুচলমানসকলে কংগ্ৰেছক ভোট দি আহিছে, কিন্তু আজি পৰ্যন্ত কংগ্ৰেছে সংখ্যালঘু লোকসকলক ন্যায় দিব পৰা নাই বুলি আজমলে মন্তব্য কৰে।

লগতে উল্লেখ কৰে যে এনেবোৰ কাৰণতেই অন্যান্য ৰাজ্যৰ সংখ্যালঘু সকল কংগ্ৰেছক ভোট দিয়াৰ পৰা আঁতৰি আহিছে।
শেষত ৰাহুল গান্ধীক অসমৰ সংখ্যালঘূ সকলৰ সমস্যাৰ বুজলৈ ন্যায় প্ৰদানৰ আহ্বান জনালে আজমলে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.