Educationঅপৰাধঅসম

পুনৰ শিক্ষকৰ বৰ্বৰ কাণ্ড! মজিয়াত বগৰাই বেত্ৰাঘাত ছাত্ৰক

শৰীৰৰ ভিন্ন ঠাইত যখমৰ স্পষ্ট চিহ্ন

সোণতলীত এগৰাকী শিক্ষকৰ বৰ্বৰ কাণ্ড। নিৰ্মমভাৱে বেত্ৰাঘাত ছাত্ৰগৰাকীক। শৰীৰৰ ভিন্ন ঠাইত যখমৰ স্পষ্ট চিহ্ন।
শিঙিমাৰী ভগনীয়া প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।

উপেন বিশ্বাস নামৰ এইগৰাকী ছাত্ৰক বেত্ৰাঘাত কৰি বিদ্যালয়ৰ মজিয়াত বগৰাই আঘাত কৰাৰ গুৰুতৰ অভিযোগ। টেট শিক্ষক শুভেন্দু চক্ৰৱৰ্তীৰ বিৰুদ্ধে এই অভিযোগ।

উপায়ন্তৰ হৈ গৰৈমাৰী আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে শিশু ছাত্ৰজনৰ অভিভাৱকে।
এই ঘটনাক গৰিহণা সচেতন মহলৰ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.