![কাইলৈ অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাইলৈ অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল](https://prathamkhabartv.com/wp-content/uploads/2023/04/1642527699_19aap_4c-780x470.jpg)
-কাইলৈ অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
-সোণাৰাম হাইস্কুল খেলপথাৰত বিশাল জনসভা
-দিনৰ ১২ বজাত উপস্থিত হ’ব অৰবিন্দ কেজৰিৱাল
-লগত আহিব পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
-যাবতীয় কাম সম্পূৰ্ণ কৰিছে ‘আপ’ অসমে
-১০ হাজাৰ লোকৰ সমাবেশ কৰাৰ লক্ষ্য ‘আপ’ৰ