অপৰাধআমেৰিকাইউনাইটেড কিংদমদৈনিক বাতৰি

ৰক্তাক্ত টেক্সাছ! বিদ্যালয়ত মুকলি গুলিবৰ্ষণ বন্দুকধাৰী কিশোৰৰ..

থিতাতে নিহত ১৮টা স্কুলীয়া শিশুসহ বহুজন

মঙলবাৰে টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড। বিদ্যালয়খনত গুলীচালনা কৰে দুৰ্বৃত্তই। ১৮টা স্কুলীয়া শিশুকে ধৰি নিহত হয় ২১গৰাকীকৈ লোক আনহাতে আহত কেইবাজনো লোক।

স্কুলীয়া ছাত্ৰৰ ওপৰত এটা হেণ্ডগান, ৰাইফলেৰে গুলীচালনা কৰে দুৰ্বৃত্তই। তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আক্ৰমণকাৰীটো।

ঘটনাত আহত আৰক্ষীসহ কেইবাজনো লোক। ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি বাইডেনৰ ৪দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে।

উল্লেখ্য যে, ২০১২ চনত কানেকটিকাটত ছেণ্ডী হুক হত্যাকাণ্ডত ৬ৰ পৰা ৭ বছৰৰ ভিতৰৰ ২০টা শিশুকে ধৰি ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত এখন প্ৰাথমিক বিদ্যালয়ত হোৱা এই গুলীচালনাটোৱে আটাইতকৈ মাৰাত্মক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.