অপৰাধঅসমঅসম আৰক্ষী

খেলি থকা শিশুক ঘপিয়াই হত্যা, খেতিপথাৰতে জ্বলিল হত্যাকাৰীৰ মৃতদেহ…

শনিবাৰে, চাবুৱাৰ ৰহমৰীয়া ধলাজানত এটি ৫ বছৰীয়া শিশুৱে খেলি থকাৰ সময়তে ধলাজান মেইন লাইনৰ অভিমুন্য তাঁতী নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে শিশুটিক

শিশু হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত চাবুৱা। এটি খেলি থকা শিশুক ঘপিয়াই হত্যা কৰিলে অভিমন্যু তাঁতী নামৰ এজনে।

শনিবাৰে, চাবুৱাৰ ৰহমৰীয়া ধলাজানত এটি ৫ বছৰীয়া শিশুৱে খেলি থকাৰ সময়তে ধলাজান মেইন লাইনৰ অভিমুন্য তাঁতী নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে শিশুটিক। হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। উত্তেজিত ৰাইজে হত্যাকাৰী অভিমুন্য তাঁতীক খেদি খেদি দা-লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰি পথাৰৰ মাজত জ্বলাই দিয়ে। কি কাৰণত অভিমুন্য তাঁতীয়ে কণমানিটিক হত্য়া কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰেতাংগ মিশ্ৰা, চাবুৱা আৰক্ষী চক্ৰ পৰিদৰ্শক, ৰহমৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰুক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ কিছু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.