অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ ডিব্ৰুগড়লৈ ৫ টাকৈ খালিস্তানী সদস্য অনা হৈছে

ডিব্ৰুগড়ত বৃদ্ধি পাইছে কটকটীয়া নিৰাপত্তা। ইতিমধ্যে লৈ অনা হৈছে অমৃত পালৰ খুড়াক হৰজিৎ সিঙক।

পুনৰ ডিব্ৰুগড়লৈ ৫ টাকৈ খালিস্তানী সদস্য। বিশেষ বিমানেৰে লৈ অনা হৈছে ডিব্ৰুগড়লৈ। আটাইকে ৰখা হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত।

ডিব্ৰুগড়ত বৃদ্ধি পাইছে কটকটীয়া নিৰাপত্তা। ইতিমধ্যে লৈ অনা হৈছে অমৃত পালৰ খুড়াক হৰজিৎ সিঙক।

আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা কাৰাবন্দীকেইজনক।

৩ মাহৰ বাবে ১১ খালিস্তানীক ডিব্ৰুগড়ত ৰখাৰ সম্ভাৱনা। কেন্দ্ৰীয় কাৰাগাৰত সংস্থাপন অতিৰিক্ত CCTV কেমেৰা।

IGPৰ নিৰ্দেশত মূল প্ৰৱেশদ্বাৰত সংস্থাপন মেটেল ডিটেক্টৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.