অসমআঞ্চলিকদৈনিক বাতৰি
মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক, ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ জনসাধাৰণ
মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক
![মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক, ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ জনসাধাৰণ মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক, ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ জনসাধাৰণ](https://prathamkhabartv.com/wp-content/uploads/2023/05/WhatsApp-Image-2023-05-31-at-1.33.54-PM-780x470.jpeg)
উৎকট গৰমে দহিছে ৰাজ্যবাসীক
ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহত অতিষ্ঠ জনসাধাৰণ
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা
১ জুলাইত গুৱাহাটীত হ’ব পাৰে বিজুলী–ঢেৰেকনি
দুদিনলৈ মহানগৰীত তাপমাত্ৰা ৩৬-৩৭ ডিগ্ৰী চেলচিয়াছ
গৰমক লৈ চিন্তিত ৰাজ্যবাসী
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হাতত লৈছে ন ন পন্থা
মে’ মাহতেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক