CMO Assamleatest updatePMo india

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৈলাস পৰ্বত দৰ্শন।

১৪ হাজাৰ ফুট উচ্চতাত থকা গুঞ্জি গাঁৱতো উপস্থিত মোদী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৈলাস পৰ্বত দৰ্শন। পিথৌৰাগড়ৰ পাৰ্বতী কুণ্ডত পূজা-অৰ্চনা প্ৰধানমন্ত্ৰীৰ। ১৪ হাজাৰ ফুট উচ্চতাত থকা গুঞ্জি গাঁৱতো উপস্থিত মোদী। গুঞ্জি গাঁৱক শিৱধাম নগৰৰূপে কৰা হ’ব নিৰ্মাণ।

কৈলাস দৰ্শন কৰিবলগীয়া যাত্ৰীৰ বাবে হ’ব শিৱধাম নগৰ। তীৰ্থযাত্ৰীৰ সুবিধাৰ বাবে বিকশাই তোলা হ’ব গুঞ্জি গাঁৱক। পিথৌৰাগড়ৰ বিকাশৰ বাবে ৪,২০০ কোটিৰ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.