অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ সপ্তম দিন অতিক্ৰম, ইজৰাইলৰ যুযুধান ৰূপত ধ্বংস গাজা ষ্ট্ৰীপ

ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ সপ্তম দিন অতিক্ৰম

ইজৰাইলৰ যুযুধান ৰূপত ধ্বংস গাজা ষ্ট্ৰীপ

২৪ ঘণ্টাত গৃহহাৰা ১ লাখ লোক

প্ৰত্যক্ষভাৱে যুদ্ধত হস্তক্ষেপ আমেৰিকাৰ

প্ৰতিৱেশী ছিৰিয়াতো আক্ৰমণ ইজৰাইলৰ

ছিৰিয়াৰ দুটা বিমানবন্দৰত ৰকেটেৰে আক্ৰমণ

বিধ্বস্ত দামিছক আৰু এলেপ্প’ বিমানবন্দৰ

সম্পূৰ্ণৰূপে বন্ধ বিমানবন্দৰ দুটাৰ কাম-কাজ

গাজাত সম্পূৰ্ণৰূপে বন্ধ বিদ্যুৎ, খাদ্য যোগান

অন্ধকাৰ গাজাত কেৱল ৰকেটৰ পোহৰ

আক্ৰমণ-প্ৰত্যাক্ৰমণত এইপৰ্যন্ত ৪ সহস্ৰাধিকৰ মৃত্যু

তেল আভিভত উপস্থিত এণ্টনি ব্লিনকেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰে বৈঠক এণ্টনিৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button