অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতশিল্পীসংগীতসংস্কৃতি

নৃত্য কলা জগতৰ পুৰুধা ব্যক্তি ৰামকৃষ্ণ তালুকদাৰৰ আজি ৬০সংখ্যক ওপজা দিন

নৃত্য কলা জগতৰ পুৰুধা ব্যক্তি ৰামকৃষ্ণ তালুকদাৰৰ আজি ৬০সংখ্যক ওপজা দিন।

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰত সত্ৰীয়া নৃত্য প্ৰচাৰ আৰু প্ৰসাৰেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰামকৃষ্ণ তালুকদাৰৰ জন্মদিনটো নৃত্য কলাৰ দিন হিচাপে পালন কৰি আহিছে তেখেতৰ অনেক গুণমুগ্ধ আৰু শিষ্য-শিষ্যাসকলে।

 

আজি তেওঁৰ জন্মদিনটোত জাপৰিগোগস্থিত নৰ্তন কলা নিকেতনত পালন কৰা হয় নৃত্য কলা দিন।

অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন।

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰক শুভেচ্ছাৰে ওপচাই পেলালে শুভাকাংক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 1 =

Back to top button