শ্ৰেণীবিহীন

বহু বিতৰ্কিত পেগাছাছ কাণ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

ন্যায়ালয়ে তদন্তৰ বাবে গঠন কৰিলে এক্সপাৰ্ট কমিটী

◾ বহু বিতৰ্কিত পেগাছাছ কাণ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

◾ ন্যায়ালয়ে তদন্তৰ বাবে গঠন কৰিলে এক্সপাৰ্ট কমিটী

◾ সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত হ’ব তদন্ত

◾ পেগাছাছ কাণ্ডক লৈ ক্ষিপ্ৰতাৰে তদন্তৰ বাবে দিলে নিৰ্দেশ

◾ ৮ সপ্তাহ পিছত তদন্তৰ প্ৰতিবেদনৰ ওপৰত হ’ব শুনানি

◾ চৰকাৰী পেনেলৰ দ্বাৰা তদন্তৰ বাবে জনোৱা আবেদন খাৰিজ

◾ পেগাছাছ কাণ্ডক লৈ সাংবাদিক তথা সমাজকৰ্মীয়ে জনাইছিল আবেদন

◾ চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন ন্যায়ালয়ৰ

◾ ইজৰাইলৰ কোম্পানী NSOৰ ছফটৱেৰ ‘পেগাছাছ’

◾ ১০খন দেশৰ ৫০ হাজাৰ নাগৰিকৰ ফোন সোমাইছিল ছাৰ্ভিলেন্সত

◾ ভাৰতৰ ৩০০ নাগৰিকৰ নাম আহিছিল পোহৰলৈ

◾ পেগাছাছৰ কৱলত পৰিছিল মন্ত্ৰী, বিৰোধী দলৰ নেতা, সাংবাদিকসহ বহু লোক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + three =

Back to top button