অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

অৱশেষত জালত পৰিল পলাতক OC বিমান ৰয়

পলাতক OC বিমান ৰয়ক গ্ৰেপ্তাৰ

থানাত কিশোৰীৰ উলংগ ফটো তোলা বিমানক গ্ৰেপ্তাৰ

গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ বিমান ৰয়ক

৯ দিনৰ অন্তত গ্ৰেপ্তাৰ ধৃত বিমানক

ঘগ্ৰাপাৰ কাণ্ডৰ মুল অভিযুক্ত বিমান ৰয়

কিশোৰীক নগ্ন কৰি ফটো, ভিডিঅ’ প্ৰস্তুতৰ অভিযোগ

ইতিমধ্যে আৰক্ষীৰ পৰা বৰ্খাস্ত কৰা হৈছে বিমান ৰয়ক

২১ জুনত ৰয়ৰ বিৰুদ্ধে নলবাৰী থানাত ৰুজু হৈছিল গোচৰ

বৰ্তমান GMCHতে ৰখা হৈছে বিমান ৰয়ক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.