Covid-19

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, এদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছিল কনৰাড চাংমা

ক'ভিডৰ কিছু লক্ষণ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান আইশ্ব'লেছনত আছে।

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । টুইটযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক’ভিডৰ কিছু লক্ষণ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান আইশ্ব’লেছনত আছে।

ক'ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, এদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছিল কনৰাড চাংমা

উল্লেখ্য যে, বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বৈঠকত মিলিত হৈছিল কনৰাড চাংমা।

ক'ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, এদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছিল কনৰাড চাংমা

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

eleven − five =

Back to top button