অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন

শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন ৷

সোনাপুৰ টানেলৰ সম্মুখত পুৱা পুনৰ সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷

ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে শ শ যান–বাহন ৷

পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড প্ৰকাণ্ড শিল, মাটিয়ে পুতি পেলাইছে সমগ্ৰ পথ ৷

নেৰানেপেৰা বৰষুণৰ বাবে বুধবাৰেও একেটা স্থানতে সংঘটিত হৈছিল ভূমিস্খলন ৷

যুদ্ধকালীন প্ৰস্তুতিৰে মেঘালয় প্ৰশাসনে মুকলি কৰিছিল পথছোৱা ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.