অসমআঞ্চলিকদৈনিক বাতৰি

মৰিগাঁৱত CM ভিজিলেঞ্চৰ অভিযান, অভিযানত গ্ৰেপ্তাৰ ভূৰাগাঁও চাৰ্কল অফিচৰ লাটমণ্ডল

মৰিগাঁৱত CM ভিজিলেঞ্চৰ অভিযান, অভিযানত গ্ৰেপ্তাৰ ভূৰাগাঁও চাৰ্কল অফিচৰ লাটমণ্ডল

মৰিগাঁৱত CM ভিজিলেঞ্চৰ অভিযান

অভিযানত গ্ৰেপ্তাৰ ভূৰাগাঁও চাৰ্কল অফিচৰ লাটমণ্ডল

ভাৰাঘৰত ঘোচ লওঁতেই হাতে-লোটে আটক লাটমণ্ডলক

ধৃত লাটমণ্ডলজনৰ নাম জালালউদ্দিন শ্বেখ

ইটাভাতাৰ বাবে NOC দিয়াৰ বাবদ দাবী কৰিছিল ৫ লাখ টকা

আজি প্ৰথম কিস্তিৰ ২০ হাজাৰ টকা লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.