অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কাছাৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ এজন যুৱক, জব্দ প্ৰায় ১০ কোটি মূল্যৰ হেৰ’ইন

বৃহৎ পৰিমাণৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ কাছাৰৰ ধলাইৰ যুৱক

মিজো আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক

যুৱকজনৰ পৰা জব্দ প্ৰায় ১০ কোটি মূল্যৰ হেৰ’ইন

গ্ৰেপ্তাৰ কাছাৰৰ ধলাই চন্নিঘাটৰ ৰফিক উদ্দিন লস্কৰক

এখন বাহনৰ পৰা জব্দ প্ৰায় ৭৬৫ গ্ৰাম হে’ৰইন

মিজোৰামৰ চাম্পাইত আৰক্ষীৰ তালাচীত জব্দ ড্ৰাগছখিনি

বাহনখনৰ চালক ৰফিক উদ্দিনকো গ্ৰেপ্তাৰ আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.