Assamleatest updateSocial

নান্দনিক ৰূপত সজাই তোলা হৈছে মালিগাঁও উৰণীয়া সেতু।

৩০ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

নান্দনিক ৰূপত সজাই তোলা হৈছে মালিগাঁও উৰণীয়া সেতু। নৱনিৰ্মিত উৰণীয়া সেতুখনত অসমৰ বিভিন্ন আপুৰুগীয়া সম্পদৰ লগতে অংকন কৰা হৈছে নানা জীৱ জন্তুৰ ছবি।

মহানগৰীৰ দীৰ্ঘতম উৰণীয়া সেতুখন ৩০ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে ব্যস্ত হৈ পৰিছে শ্ৰমিকসহ সংশ্লিষ্ট বিভাগ। এই উৰণীয়া সেতুখন মুকলি হোৱাৰ পিছত মহানগৰীৰ যানজঁটৰ সমস্যা বহু হ্ৰাস পাব বুলি আশা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button