অসমখেলগুৱাহাটীবিশ্বমনোৰঞ্জন

বিশ্ব জয় কৰি স্ব-ভূমিলৈ লাভলীনা বৰগোহাঁই

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনি পালেহি অসম

বিশ্ব জয় কৰি স্ব-ভূমিলৈ লাভলীনা বৰগোহাঁই

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনি পালেহি অসম

বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি স্বৰ্ণ কন্যাক

ঢোলে-ডগৰে আদৰিছে লাভলীনা বৰগোহাঁইক

বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বৰ্ণকন্যাক আদৰিবলৈ শ শ লোকৰ ভিৰ

বক্সিঙৰ বহু প্ৰশিক্ষাৰ্থী আহিছে লাভলীনাক আদৰিবলৈ

ভিন্ন স্থানত ব্যাপক আয়োজন

লাভলীনাক ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.