অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক
অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ
লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ আছিল প্ৰাঞ্জল মৰাণ। উদ্ধাৰস্থলীত পৰিয়ালৰ লোক যাব পাৰিব বুলি জনালে IGPএ

অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ
পত্নী উৰ্বশী মৰাণক জনালে IGP জিৎমল দলেই
লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ আছিল প্ৰাঞ্জল মৰাণ
উদ্ধাৰস্থলীত পৰিয়ালৰ লোক যাব পাৰিব বুলি জনালে IGPএ
সন্ধিয়াৰ ভিতৰত মৃতদেহ গতাই দিয়া হ’ব পৰিয়ালক
ফোনযোগে নিশ্চিতি প্ৰদান কৰিলে IGP জিৎমল দলেই
DGPক সাক্ষাতৰ পিছতে ক্ষিপ্ৰ গতিত চলিছিল অভিযান