অৰুণাচল প্ৰদেশদুৰ্ঘটনা

অৰুণাচলত দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ, কথমপি প্ৰাণ ৰক্ষা পাইলট, ইঞ্জিনিয়াৰৰ

অৱশ্যে দুৰ্ঘটনাৰ ফলত চাৰিজন সদস্য সুৰক্ষিত আছিল যদিও এজন ইঞ্জিনীয়াৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ। বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ আনজাও জিলাত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ (IAF)MI-17 হেলিকপ্টাৰখন। অৰুণাচলৰ ৰোচামস্থিত হেলিপেদত সংঘটিত এই দুৰ্ঘটনা।

অৰুণাচলত দুৰ্ঘটনাত পতিত ভাৰতীয়  বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ, কথমপি প্ৰাণ ৰক্ষা পাইলট, ইঞ্জিনিয়াৰৰ

দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুজন পাইলট আৰু তিনিজন ক্ৰু সদস্য। অৱশ্যে দুৰ্ঘটনাৰ ফলত চাৰিজন সদস্য সুৰক্ষিত আছিল যদিও এজন ইঞ্জিনীয়াৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অৰুণাচলত দুৰ্ঘটনাত পতিত ভাৰতীয়  বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ, কথমপি প্ৰাণ ৰক্ষা পাইলট, ইঞ্জিনিয়াৰৰ

উল্লেখ্য যে, দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনে অৰুণাচলৰ হায়ুলিয়াঙৰ পৰা ৰোচামলৈ যাত্ৰা কৰিছিল। অৱশ্যে, এতিয়ালৈকে যদিও দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button