leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

'ৰাহুল গান্ধীৰ টুইটটো মানহানিকাৰক টুইট।'

কংগ্ৰেচৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীৰ আদালতত মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীৰ শেষতীয়া টুইটৰ সম্পৰ্কতে মুখ্যমন্ত্ৰী মানহানিৰ গোচৰ তৰিব । এখন সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ টুইটটো মানহানিকাৰক টুইট।

১৪ এপ্ৰিলৰ বিশ্ব ৰেকৰ্ডৰ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰীয়ে। এইকেইদিন তেওঁ বিহুৰ কাৰ্যসূচীক লৈ ব্যস্ত থকাৰ কথা উল্লেখ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.