অসমগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগত ব্যবহৃত সঁজুলিৰ অভাৱ!

চেন্দেল, ইটা, বটলৰ ব্যৱহাৰে বিদ্যুৎ পৰিবাহী লাইনৰ কাম-কাজ চলাই নিব লগা হৈছে বিভাগটোৰ লোকে।

ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগত ব্যবহৃত সঁজুলিৰ অভাৱ!

বিভাগটোৰ চৰম গাফিলতিৰ বাবে মৃত্যু মুখত পৰিছে ৰাইজৰ পশুধন।

চেন্দেল, ইটা, বটলৰ ব্যৱহাৰে বিদ্যুৎ পৰিবাহী লাইনৰ কাম-কাজ চলাই নিব লগা হৈছে বিভাগটোৰ লোকে।

এইয়া চাচনী অঞ্চলত বিদ্যুৎ বিভাগৰ পয়ালগা ছবি!

যাৰ ফলত বিদ্যুৎ পৰিবাহী লাইনত ওলমিছে বটল, চেন্দেল, ইটা ইত্যাদি।

বিদ্যুৎ পৰিবাহী লাইনৰ খুটা মজবুত কৰি ধৰি ৰাখিবলৈ মাটিৰ পৰা বান্ধি ৰখা তাঁৰত বিদ্যুৎ প্ৰবাহ চালিত হোৱাত পোহনীয়া ম’হ মৃত্যু মুখত পৰে।

ঘটনাৰ সন্দৰ্ভত বিভাগক অৱগত কৰাৰ পিছতো ঘটনাস্থলিত পলমকৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Back to top button