অসমদৈনিক বাতৰি

KBCত হিমন্ত বিশ্ব শৰ্মাক লৈ ১০ হাজাৰ টকীয়া প্ৰশ্ন! ভাইৰেল হ’ল ভিডিঅ’

KBCৰ অনুস্থানটো টেলিভিচনত প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে সমগ্ৰ অসমত

হিমন্ত বিশ্ব শৰ্মাক লৈ KBC ত ১০ হাজাৰ টকীয়া এটা প্ৰশ্ন। ভাইৰেল হ’ল ভিডিঅ’।

এটা জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’  ক’ন বনেগা কড়োৰপতি (KBC) ৰ এক অনুষ্ঠানত শোধা হ’ল এটা বিশেষ প্ৰশ্ন। যিটো প্ৰশ্নৰ পাছত সৰ্বত্ৰে ভাইৰেল হৈ পৰে KBCৰ অনুস্থানটো।

KBCৰ হোষ্ট অভিনেতা অমিতাভ বচ্চনে বিভিন্ন প্ৰশ্নৰ মাজত সোধা এটা ১০,০০০ টকীয়া প্ৰশ্ন আছিল “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তলৰ কোনটো নামেৰে জনা যায়

a)খুড়া b)মামা c)কাকা নে d)বৰদেউতা”

প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো চাগে আপোনালোক সকলোৱে জানে। উত্তৰটো আছিল- b)মামা। উত্তৰটো শুদ্ধকৈ দি খেলুৱৈজনে লগে লগে ১০,০০০টকা জিকিবলে সক্ষম হয়।

KBCৰ অনুস্থানটো টেলিভিচনত প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে সমগ্ৰ অসমত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.