অপৰাধঅসম

DIG ৰৌণক আলী হাজৰিকাৰ জামিন আবেদনৰ শুনানি

শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে

⚫DIG ৰৌণক আলী হাজৰিকাৰ জামিন আবেদনৰ শুনানি

⚫মঙলবাৰে চূড়ান্ত শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে

⚫শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে

⚫দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন

⚫৬ দিন ধৰি একেৰাহে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়ালয়ে

⚫ইতিমধ্যে নিম্ন আদালতে জামিন নাকচ কৰিছে ৰৌণক আলী হাজৰিকাৰ

⚫আয় বহিৰ্ভূত সম্পত্তি সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল হাজৰিকা

⚫অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাৰ বাবেও পুনৰ গ্ৰেপ্তাৰ হৈছিল ৰৌণক আলী হাজৰিকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Check Also
Close
Back to top button