AssamCity newsCMO AssamFestivalঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিপৰ্যটনভাৰতভ্ৰমণমনোৰঞ্জনশিল্পীসংগীতসংস্কৃতি

পাহাৰৰ মামা মামী আৰু ভৈয়ামৰ ভাগিনৰ মহামিলনত উখল-মাখল জোনবিলৰ পাৰ…..

পাহাৰৰ মামা মামী আৰু ভৈয়ামৰ ভাগিনৰ মহামিলনত উখল-মাখল জোনবিলৰ পাৰ।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।

পুৱতি নিশাই গোভা দেওৰজাৰ ৰাজদৰবাৰৰ দাঁতিত আৰম্ভ হয় বিনিময় প্ৰথা।

পাহাৰৰ পৰা নামি অহা মামা-মামী আৰু ভৈয়ামৰ ভাগিনসকলৰে চলিল বিনিময় প্ৰথা।

ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰে বিনিময় হয় এইসমূহ সামগ্ৰী।

জোনবিল মেলা উপলক্ষে পৰম্পৰাগতভাৱে গোভা দেওৰজাৰ দৰবাৰ।

সংগ্ৰহ কৰা হ’ব প্ৰতীকী কৰ। অনুষ্ঠিত হ’ব ৰাজহুৱা মৎস্য চিকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.